{"product_id":"jesus-in-india-assamese","title":"যীশুখ্ৰীষ্ট ভাৰতবৰ্ষত (Jesus in India Assamese Translation )","description":"\u003cp\u003eলিখক\u003c\/p\u003e\n\u003cp\u003eহজৰত মির্জা গোলাম আহমদ কাদিয়ানী প্রতিশ্রুত মহীহ ও মাহদী (আঃ).\u003c\/p\u003e\n\u003cp\u003eপ্রকাশকৰ কথা\u003c\/p\u003e\n\u003cp\u003eমছীহ হিন্দুস্থান মে কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে মাননীয় ওমৰ আলী চৌধুৰী চাহাব আৰু ইয়াৰ কমপোজিং কৰিছে মাননীয়া ৰেজিয়া খাতুন বি.এছ ছি য়ে আৰু Review কৰিছে মাননীয় আমান আলী চাহাব মুবাল্লিগ ছিলছিলা (সভাপতি Review কমিটি অসম) মাননীয় মজিবৰ ৰহমান চাহাব মুবাল্লিগ ছিলছিলা (ইনচার্জ অসমীয়া ডেস্ক), মাননীয় ৰহিম বাদশাহ চাহাব মুবাল্লিগ ছিলছিলা। মাননীয় নাজিমুদ্দিন মোল্লা চাহাব মুবাল্লিগ ছিলছিলা, Review হোৱাৰ পিছত মাননীয় মজিবৰ ৰহমান চাহাবে চালি-জাৰি চাই অত্যাৱশ্যকীয় শুধৰণী কৰিছে। আল্লাহ তায়লা কিতাপখন প্রস্তুত কৰি উলিয়াওতে সহায় সহযোগীতা আগবঢ়োৱা সকলক উত্তম পুৰস্কাৰেৰে পুৰস্কৃত কৰক। আমিন\u003c\/p\u003e\n\u003cp\u003eনাজিৰ নশ্বৰ ও ইশ্বায়ত কাদিয়ান.\u003c\/p\u003e\n\u003cp\u003eAssamese translation of the Urdu book \"Masih Hindustan Main مسیح ہندوستان میں \" by Promised Messiah Hazrat Mirza Ghulam Ahmad of Qadian (peace be upon him)\u003c\/p\u003e","brand":"AMI Bookstore","offers":[{"title":"Default Title","offer_id":52811575951635,"sku":"0361","price":5.0,"currency_code":"USD","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0718\/1906\/7667\/files\/rn-image_picker_lib_temp_b1b347ca-afd3-4ca3-b74b-d57077e2b1fb.jpg?v=1765925612","url":"https:\/\/amibookstore.us\/products\/jesus-in-india-assamese","provider":"AMI Bookstore","version":"1.0","type":"link"}