{"product_id":"a-message-of-peace-assamese","title":"শান্তিৰ সংবাদ (A Message of Peace, Assamese)","description":"\u003cp\u003eলিখক\u003c\/p\u003e\n\u003cp\u003eহজৰত মিৰ্জা গোলাম আহমদ চাহাব\u003c\/p\u003e\n\u003cp\u003eপ্ৰতিশ্ৰুত মহীহ ও মাহদী (আঃ)\u003c\/p\u003e\n\u003cp\u003e হজৰত মছীহ মাওউদ (আঃ) ৰ লিখিত পুস্তকখন পযগামে ছূলাহ আজি বৰ ৰহমান মুৰব্বী ছিলছিলা চাহাবে উৰ্দুৰ পৰা অসমীয়া ভাষাত অনুবাদ কৰি অসমবাসী ৰাইজলৈ আগবঢ়াইছে। আশা কৰো পুস্তকখনৰ পৰা অসমবাসী ৰাইজ নিশ্চয় উপকৃত হ’ব। এই পুস্তকখন Review কৰাত সহায় সহযোগিতা আগবঢ়াইছে সন্মানীয় আমান আলী চাহাব সদৰ Review কমিটি অসম, সন্মানীয় শ্বাহ জাহান আলী চাহাব মুৱাল্লিম ছিলছিলা, নাজিমুদ্দিন মুল্লা চাহাব মুৰব্বী ছিলছিলা, ৰহিম বাদশাহ চাহাব সদৰ ইশ্বায়ত কমিটি অসম, আব্দুল কাদের চাহাব মুৱাল্লিম ছিলছিলা। আল্লাহ তায়লা তেখেত সকলক উত্তম পুৰস্কাৰেৰে পুৰস্কৃত কৰক। আমিন-\u003c\/p\u003e\n\u003cp\u003eইতি\u003c\/p\u003e\n\u003cp\u003eমজি বৰ ৰহমান ইনচাৰ্জ অসম ডেস্ক\u003c\/p\u003e","brand":"AMI Bookstore","offers":[{"title":"Default Title","offer_id":54067146260755,"sku":"0593","price":3.0,"currency_code":"USD","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0718\/1906\/7667\/files\/rn-image_picker_lib_temp_e06ce19f-99ea-4300-bdc5-d2af0ca07490.jpg?v=1776719849","url":"https:\/\/amibookstore.us\/products\/a-message-of-peace-assamese","provider":"AMI Bookstore","version":"1.0","type":"link"}